আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“উপ-ৰাষ্ট্ৰপতি থিৰু চিপি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।"
@VPIndia
@CPR_VP
Met Vice President Thiru CP Radhakrishnan Ji and wished him a very happy Diwali.@VPIndia @CPR_VP pic.twitter.com/Vi8WCTI2Yk
— Narendra Modi (@narendramodi) October 20, 2025


