প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বঁটা বিজয়ী অষ্ট্ৰিয়াৰ প্ৰখ্যাত পদাৰ্থবিজ্ঞানী শ্ৰীযুত এণ্টন জেইলিংগাৰক সাক্ষাৎ কৰে। কোৱাণ্টাম বলবিজ্ঞানৰ কামৰ বাবে পৰিচিত জেইলিংগাৰে ২০২২ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় কোৱাণ্টাম অভিযান সন্দৰ্ভত নিজৰ চিন্তা পদাৰ্থবিজ্ঞানীগৰাকীৰ সৈতে শ্বেয়াৰ কৰে। তেওঁ আৰু শ্ৰীযুত জেইলিংগাৰে সমসাময়িক সমাজৰ ওপৰত কোৱাণ্টাম কম্পিউটিং আৰু কোৱাণ্টাম টেকৰ ভূমিকা আৰু ভৱিষ্যতৰ বাবে ইয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোচনা কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India clears a major nuclear milestone as Kalpakkam fast breeder reactor turns 'critical'

Media Coverage

India clears a major nuclear milestone as Kalpakkam fast breeder reactor turns 'critical'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Chhattisgarh meets Prime Minister
April 07, 2026