প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি আগবেলা সংসদত তামিলনাডুৰ এটা কৃষক গোটৰ সৈতে মিলিত হয়। তেওঁলোকৰ অভিজ্ঞতা আৰু উৎপাদনশীলতাৰ লগতে বহনক্ষমতা বৃদ্ধিৰ অৰ্থে উদ্ভাৱনত গুৰুত্ব আৰোপ তথা নতুন কৃষি কৌশলক আকোৱালি লোৱাৰ কথা শুনি শ্ৰী মোদীয়ে আশ্চৰ্য্য প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

“আজি আগবেলা সংসদত তামিলনাডুৰ এটা কৃষক গোটৰ সৈতে মিলিত হওঁ। তেওঁলোকৰ অভিজ্ঞতা আৰু উৎপাদনশীলতাৰ লগতে বহনক্ষমতা বৃদ্ধিৰ অৰ্থে উদ্ভাৱনত গুৰুত্ব আৰোপ তথা নতুন কৃষি কৌশলক আকোৱালি লোৱাৰ কথা শুনি অভিভূত হৈছোঁ।”

 

 

“தமிழ்நாட்டைச் சேர்ந்த விவசாயிகள் குழு ஒன்றை இன்று காலை நாடாளுமன்றத்தில் சந்தித்தேன். புதிய கண்டுபிடிப்பு, உற்பத்தி திறனை ஊக்குவிக்கவும், நிலைத்தன்மையை அதிகரிக்கவும் புதிய வேளாண் தொழில்நுட்பங்களை பயன்படுத்துவதில் அவர்களின் கவனம் மற்றும் அனுபவங்கள் பற்றி கேட்டறிந்தது உற்சாகம் அளிப்பதாக இருந்தது.”

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Apple steps up India push as major suppliers scale operations, investments

Media Coverage

Apple steps up India push as major suppliers scale operations, investments
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
য়েল মিডিয়া কৰ্ণাৰ 15 নৱেম্বৰ 2025
November 15, 2025

From Bhagwan Birsa to Bullet GDP: PM Modi’s Mantra of Culture & Prosperity