প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য শ্ৰী পদ্মসাগৰ সুৰেশ্বৰ জী মহাৰাজ চাহিবক সাক্ষাৎ কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়;
“আচাৰ্য শ্ৰী পদ্মসাগৰ সুৰেশ্বৰ জী মহাৰাজ ছাহিবক সাক্ষাৎ কৰি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ।”
Met Acharya Shri Padmasagar Surishwar Ji Maharaj Sahib and sought his blessings. pic.twitter.com/7TwGNm9o8U
— Narendra Modi (@narendramodi) March 31, 2026


