এই পদক্ষেপসমূহে সংযোগ বৃদ্ধি কৰিব আৰু মানুহৰ জীৱনৰ মান উন্নত কৰিব: প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশতে ৰে'লপথৰ আধুনিকীকৰণৰ বাবে এক অভিযান চলি আছে, এই অভিযানত পশ্চিমবংগ পিছ পৰি নাথাকিব , এয়া আমাৰ আমাৰ সংকল্প, সেইবাবেই কেন্দ্ৰীয় চৰকাৰেও পশ্চিমবংগৰ ৰে'লৱেৰ আন্তঃগাঁথনি দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি আছে : প্ৰধানমন্ত্ৰী
কলকাতা আৰু হালদিয়াৰ দৰে বন্দৰসমূহ দীৰ্ঘদিন ধৰি পূব ভাৰতৰ বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হৈ আহিছে; ইয়াৰ ফলত কাৰ্গোৰ পৰিবহন দ্ৰুত হ’ব, বন্দৰৰ ক্ষমতা বৃদ্ধি পাব আৰু বাণিজ্যৰ বাবে নতুন সুবিধা সৃষ্টি হ’ব: প্ৰধানমন্ত্ৰী
শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।
"সদায় ভাৰতক বাট দেখুৱাই অহা বংগই আকৌ এবাৰ 'বিকশিত বংগ' ক গৌৰৱৰ যোগ্য কৰি তোলাটো আমাৰ সংকল্প ", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ কলকাতাত ১৮ হাজাৰ কোটিতকৈ অধিক টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, "আজি কলকাতাৰ ভূমিৰ পৰা পশ্চিম বংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে।"প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অনুষ্ঠানত পথ, ৰে’লৱে, আৰু বন্দৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত ১৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন  আৰু উৎসৰ্গা কৰা হৈছে। তেওঁ  কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিব, আৰু লাখ লাখ লোকক নতুন সুযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱন সহজ কৰি তুলিব। কিছুমান মূল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ হ’লে পশ্চিম বংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। তেওঁ দুবৰাজপুৰ বাইপাছ আৰু কংসাবতী আৰু শিলাবটি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰধান দলংসমূহৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংযোগ আৰু অধিক উন্নত হ’ব। শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতীয় ৰে’লৱেক আধুনিকীকৰণৰ বাবে সমগ্ৰ দেশতে এক তীব্ৰ অভিযান চলি আছে  আৰু এই অভিযানত পশ্চিম বংগ যাতে পিছপৰি নাথাকে সেয়া চৰকাৰৰ দৃঢ় সংকল্প। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগত ৰে’লপথৰ আন্তঃগাঁথনি দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি আছে। এই উপলক্ষে কলাইকুণ্ড–কনিমাহুলি খণ্ডত স্বয়ংক্ৰিয় ব্লক সংকেত ব্যৱস্থা জাতিটোৰ বাবে উৎসৰ্গা কৰা হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই পদক্ষেপসমূহে ব্যস্ত ৰেলপথৰ ক্ষমতা বৃদ্ধি কৰিব, যাত্ৰা সুৰক্ষিত কৰিব আৰু লগতে যাত্ৰীসকলৰ বাবে গতি তথা  সুবিধা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে কামাখ্যাগুৰি, অনাৰা, তামলুক, হালদিয়া, বাৰাভূমি, আৰু ছিউৰী নামৰ ছটা ষ্টেচন অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন কৰাৰ কথা ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে বংগৰ মহান সংস্কৃতি এতিয়া এই ষ্টেচনসমূহত আৰু অধিক উজ্জ্বলতাৰে  জিলিকি উঠিছে  আৰু আৰু কেইবাটাও ষ্টেচনৰ পুনৰ উন্নয়নৰ কাম চলি আছে। পুৰুলীয়া আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত নতুন এক্সপ্ৰেছ ৰেল সেৱাও ফ্লেগ অফ কৰা হৈছে। "এই ৰেল সেৱাই কেৱল পশ্চিম বংগৰ জনসাধাৰণকে নহয়, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, আৰু দিল্লীৰ জনসাধাৰণকো উপকৃত কৰিব" , শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে বন্দৰ আৰু জল পৰিবহণে অৰ্থনৈতিক অগ্ৰগতিৰ ক্ষেত্ৰত পথ আৰু ৰে’ল সংযোগৰ সমানেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লক্ষ্য কৰিছিল যে দশক দশক ধৰি পূব ভাৰতৰ এই অপৰিসীম সম্ভাৱনা বহুলাংশে অৱহেলিত আছিল যদিও আজি জলপথসমূহে বাণিজ্য আৰু উদ্যোগিক উন্নতিৰ নতুন পথ মুকলি কৰিছে। এই দিশত মূল বন্দৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন  আৰু উৎসৰ্গা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কলকাতা আৰু হালদিয়া বন্দৰসমূহ দীৰ্ঘদিন ধৰি পূব ভাৰতৰ বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হৈ আহিছে, আৰু হালদিয়া ডক কমপ্লেক্সৰ যান্ত্ৰিকীকৰণে মালবাহী কাৰ্য্যকলাপ ত্বৰান্বিত কৰিব, বন্দৰৰ ক্ষমতা বৃদ্ধি কৰিব আৰু বাণিজ্যৰ বাবে নতুন সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰি কলকাতা ডক চিষ্টেমত বাস্কুল দলঙৰ সংস্কাৰ আৰু কিডাৰপ’ৰ ডকত মাল পৰিচালনা ক্ষমতা বৃদ্ধিৰ কামো কৰা হৈছে। "এই সকলোবোৰ প্ৰকল্পই পূব ভাৰতৰ লজিষ্টিক ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিব", শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।   ভাষণৰ সামৰণি মাৰি   প্ৰধানমন্ত্ৰীয়ে  কয় যে পথ, ৰে’লপথ, বন্দৰৰ সৈতে জড়িত নতুন প্ৰকল্পসমূহে পশ্চিম বংগৰ আধুনিক ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে। তেওঁ উল্লেখ কৰে যে এই প্ৰকল্পসমূহৰ সুবিধা কৃষক, ব্যৱসায়ী, উদ্যোগী, ছাত্ৰ-ছাত্ৰী, আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজলৈ যাব। পৰ্যটনৰ দৰে খণ্ডত নতুন সুযোগৰ উন্মেষ ঘটিব আৰু স্থানীয় উদ্যোগ আৰু সেৱাই গতি লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়নৰ বাট দেখুওৱাত  বংগৰ ঐতিহাসিক ভূমিকাৰ কথা  স্মৰণ কৰি শক্তিশালী সংযোগ আৰু আধুনিক আন্তঃগাঁথনিয়ে উন্নত বংগৰ ভেটি গঢ়ি তুলিব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰে। "সদায় ভাৰতক  বাট দেখুৱাই অহা বংগই  আকৌ এবাৰ 'বিকশিত বংগ' ক গৌৰৱৰ যোগ্য কৰি তোলাটো  আমাৰ সংকল্প ", শ্ৰী মোদীয়ে কয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival