প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেহৰি গড়ৱাল ডেৰাডুনৰ সাংসদ মালা ৰাজ্য লক্ষ্মী শ্বাহে তেহৰি গড়ৱাল সমষ্টিৰ উত্তৰকাশী জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ প্ৰশংসা কৰে।

তেহৰি গড়ৱালৰ পৰা সাংসদ সদস্যই কৰা টুইট থ্ৰেডৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"নিজৰ জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ এয়া এক মহান পদক্ষেপ! এনে ধৰণৰ প্ৰচেষ্টাই বিভিন্ন ক্ষেত্ৰৰ বিষয়ে জানিবলৈ মানুহৰ কৌতূহল বৃদ্ধি কৰিব। "

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Great Pivot: How India Is Balancing The New Multipolar World

Media Coverage

The Great Pivot: How India Is Balancing The New Multipolar World
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India