প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইনী সেৱা শিবিৰৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিত সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে জাৰবোম গামলিন আইন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"এনে ধৰণৰ প্ৰচেষ্টা প্ৰশংসনীয়, কিয়নো ই আইন আৰু জনসাধাৰণৰ আইনী অধিকাৰ সম্পৰ্কীয় দিশবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature

Media Coverage

IIT Delhi tops India in QS Rankings 2027; 52 Indian institutions feature
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 জুন 2026
June 18, 2026

PM Modi’s Leadership Delivers: Electronic Interlocking, Semiconductor Push & Tariff-Free UK Access