প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় ৰে’লৰ দ্বাৰা জম্মু আৰু কাশ্মীৰত বিশ্বৰ বৃহত্তম ৰে’ল সেতু, চেনাব সেতুৰ আর্ক নির্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ বাবে প্রশংসা কৰে।

টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, “দেশৰ জনসাধাৰণৰ ক্ষমতা আৰু বিশ্বাসে আজি বিশ্ববাসীৰ সন্মুখত  উদাহৰণ হিচাপে ধৰা দিছে। এই নির্মাণকাৰ্য কেৱল অত্যাধুনিক ইঞ্জিনিয়াৰিং আৰু প্রযুক্তিৰ ক্ষেত্রত ভাৰতৰ ক্রমৱর্ধমান ক্ষমতাৰ নিদর্শনেই নহয়, বৰঞ্চ এয়া ‘সংকল্পৰ পৰা সিদ্ধি লাভ’ৰ ভাৱনাৰ ক্ষেত্ৰত দেশৰ পৰিৱর্তিত কর্ম সংস্কৃতিৰো উদাহৰণ।

  • Reena chaurasia August 29, 2024

    BJP BJP
  • Ashok December 27, 2023

    I request Railways to test fully loaded running train under fully snow cladded condition of the track before opening for public
  • Anuj Bansal December 18, 2023

    https://twitter.com/ANUJ_BANSAL738/status/1736306159534182667?t=kYK9hpOtAhUZVLyRQvn23g&s=19
  • Jayakumar G October 04, 2022

    jai hind jai Bharat 🙏🙏🇮🇳🙏🙏🙏🙏🇮🇳🇮🇳
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s green infra surge could spark export wave, says Macquarie’s Dooley

Media Coverage

India’s green infra surge could spark export wave, says Macquarie’s Dooley
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Lieutenant Governor of Jammu & Kashmir meets Prime Minister
July 17, 2025

The Lieutenant Governor of Jammu & Kashmir, Shri Manoj Sinha met the Prime Minister Shri Narendra Modi today in New Delhi.

The PMO India handle on X wrote:

“Lieutenant Governor of Jammu & Kashmir, Shri @manojsinha_ , met Prime Minister @narendramodi.

@OfficeOfLGJandK”