প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অধীনত বিহাৰক ৰাষ্ট্ৰীয় গেছ গ্ৰিডেৰে সংযোগ কৰা বাৰাউনী গুৱাহাটী পাইপলাইনৰ বিহাৰৰ অংশৰ কাম সম্পূৰ্ণ হোৱাটোক প্ৰশংসা কৰে৷

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ এক টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“এই পাইপলাইনে বিহাৰৰ প্ৰগতিত যথেষ্ট অৱদান আগবঢ়াব৷” 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
How Varanasi epitomises the best of Narendra  Modi’s development model

Media Coverage

How Varanasi epitomises the best of Narendra Modi’s development model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 ফেব্ৰুৱাৰী 2024
February 26, 2024

Appreciation for the Holistic Development of Critical Infrastructure Around the Country