প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ পৰা জুলাইত সৰ্বাধিক ৬ বিলিয়ন ইউপিআই লেনদেনৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰশংসা কৰে৷

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়. “এয়া এক অসাধাৰণ সাফল্য৷ এইটোৱে ভাৰতৰ জনতাই নতুন প্ৰযুক্তি আঁকোৱালি লোৱা আৰু অৰ্থনীতিক স্বচ্চ কৰি তোলাৰ সামগ্ৰিক সংকল্পৰে ইংগিত বহন কৰিছে৷ ডিজিটেল পেমেণ্টসমূহ বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত অধিক সহায়ক আছিল৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat