প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইআইটি দিল্লী–আবুধাবি কেম্পাছৰ প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰত আৰু ইউএইৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হোৱাই নহয়, দুয়োখন দেশৰ যুৱক-যুৱতীকো একত্ৰিত কৰা হৈছে।

ইউএইত দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি)ৰ এটা কেম্পাছ মুকলি কৰাৰ কথা দেশ দুখনৰ নেতৃত্বই ২০২২ চনৰ ফেব্ৰুৱাৰী মাহতে কল্পনা কৰিছিল। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লী (আইআইটি-ডি) আৰু আবুধাবি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন এণ্ড নলেজ (এডিইকে)ৰ যুটীয়া সহযোগত গঠিত এই প্ৰকল্পৰ লক্ষ্য হৈছে, বিশ্বজুৰি ছাত্ৰ-ছাত্ৰীসকলক মানসম্পন্ন উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰা। ইয়াৰ উপৰিও, ই পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব গঢ়ি তুলিব। প্ৰথমটো শৈক্ষিক কাৰ্যক্ৰম - শক্তি পৰিৱৰ্তন আৰু দীৰ্ঘস্থায়িত্ব বিষয়ত স্নাতকোত্তৰ - এই জানুৱাৰী মাহত আৰম্ভ হৈছে।

 

  • Santosh Dabhade January 26, 2025

    jay ho
  • रीना चौरसिया September 11, 2024

    bjp
  • KANJIBHAI JOSHI April 29, 2024

    નારીસસતિકરણ એજતો છે મોદી સરકાર ની ગેરંટી સાથે વિકાસ માટે
  • Pradhuman Singh Tomar April 18, 2024

    BJP
  • Pradhuman Singh Tomar April 18, 2024

    BJP
  • Pradhuman Singh Tomar April 18, 2024

    BJP
  • Pradhuman Singh Tomar April 18, 2024

    BJP 1.2K
  • Jayanta Kumar Bhadra April 13, 2024

    Jay Maa
  • Jayanta Kumar Bhadra April 13, 2024

    Jai hind sir
  • Jayanta Kumar Bhadra April 13, 2024

    Jay Maa Tara
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
iPhone exports powered 30 percent surge in India’s smartphone shipment during the first half of 2025

Media Coverage

iPhone exports powered 30 percent surge in India’s smartphone shipment during the first half of 2025
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to former PM Rajiv Gandhi on his birth anniversary
August 20, 2025

The Prime Minister, Shri Narendra Modi paid tributes to former Prime Minister, Rajiv Gandhi on his birth anniversary.

The Prime Minister posted on X;

“On his birth anniversary today, my tributes to former Prime Minister Shri Rajiv Gandhi Ji.”