প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হালৱাৰা বিমানবন্দৰত টাৰ্মিনেল বিল্ডিং এটা উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উল্লেখ কৰে যে হালৱাৰা বিমানবন্দৰত এটা টাৰ্মিনেল ভৱনৰ উদ্বোধন পঞ্জাৱ, বিশেষকৈ লুধিয়ানা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ জনসাধাৰণৰ বাবে এক অপৰিসীম আনন্দৰ মুহূৰ্ত। শ্ৰী মোদীয়ে লগতে কয় যে লুধিয়ানা উত্তৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ আৰু চৰকাৰে এই চহৰখনৰ বাবে বিমান সংযোগ উন্নত কৰাৰ অৰ্থে অক্লান্তভাৱে কাম কৰি আছে। যি কথাই আধুনিক বিমানবন্দৰৰ বাবে চলি থকা প্ৰচেষ্টাকেই প্ৰতিফলিত কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"হালৱাৰা বিমানবন্দৰত এটা টাৰ্মিনেল বিল্ডিং উদ্বোধন পঞ্জাৱৰ , বিশেষকৈ লুধিয়ানা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ জনসাধাৰণৰ বাবে এক অপৰিসীম আনন্দৰ মুহূৰ্ত। আমি সকলোৱে জানো যে লুধিয়ানা উত্তৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ। গতিশীল মানুহৰ বাবে এই চহৰখন পৰিচিত। আমাৰ চৰকাৰে এই চহৰখনৰ বাবে বিমান সংযোগ উন্নত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে, যি কথাই আধুনিক বিমানবন্দৰৰ বাবে চলি থকা প্ৰচেষ্টাকেই প্ৰতিফলিত কৰিছে।"
The inauguration of a terminal building at the Halwara Airport is a moment of immense joy for the people of Punjab, especially Ludhiana and surrounding areas. Ludhiana, as we all know, is a vital industrial and commercial hub in Northern India. This city is known for its dynamic… pic.twitter.com/Ff6SVUeBgt
— Narendra Modi (@narendramodi) February 1, 2026
"ਹਲਵਾਰਾ ਹਵਾਈ ਅੱਡੇ 'ਤੇ ਟਰਮੀਨਲ ਇਮਾਰਤ ਦਾ ਉਦਘਾਟਨ ਪੰਜਾਬ ਦੇ ਲੋਕਾਂ, ਖ਼ਾਸ ਕਰਕੇ ਲੁਧਿਆਣਾ ਅਤੇ ਨਜ਼ਦੀਕੀ ਇਲਾਕਿਆਂ ਲਈ ਬੇਹੱਦ ਖ਼ੁਸ਼ੀ ਦਾ ਮੌਕਾ ਹੈ। ਜਿਵੇਂ ਕਿ ਅਸੀਂ ਸਾਰੇ ਜਾਣਦੇ ਹਾਂ, ਲੁਧਿਆਣਾ ਉੱਤਰੀ ਭਾਰਤ ਦਾ ਅਹਿਮ ਸਨਅਤੀ ਅਤੇ ਵਪਾਰਕ ਕੇਂਦਰ ਹੈ। ਇਹ ਸ਼ਹਿਰ ਆਪਣੇ ਉੱਦਮੀ ਲੋਕਾਂ ਕਰਕੇ ਜਾਣਿਆ ਜਾਂਦਾ ਹੈ। ਸਾਡੀ ਸਰਕਾਰ ਇਸ ਸ਼ਹਿਰ ਦਾ ਹਵਾਈ ਸੰਪਰਕ ਬਿਹਤਰ ਬਣਾਉਣ ਲਈ ਅਣਥੱਕ ਮਿਹਨਤ ਕਰ ਰਹੀ ਹੈ, ਜੋ ਆਧੁਨਿਕ ਹਵਾਈ ਅੱਡੇ ਲਈ ਚੱਲ ਰਹੇ ਕੰਮਾਂ ਵਿੱਚ ਸਾਫ਼ ਝਲਕਦੀ ਹੈ।"
ਹਲਵਾਰਾ ਹਵਾਈ ਅੱਡੇ 'ਤੇ ਟਰਮੀਨਲ ਇਮਾਰਤ ਦਾ ਉਦਘਾਟਨ ਪੰਜਾਬ ਦੇ ਲੋਕਾਂ, ਖ਼ਾਸ ਕਰਕੇ ਲੁਧਿਆਣਾ ਅਤੇ ਨਜ਼ਦੀਕੀ ਇਲਾਕਿਆਂ ਲਈ ਬੇਹੱਦ ਖ਼ੁਸ਼ੀ ਦਾ ਮੌਕਾ ਹੈ। ਜਿਵੇਂ ਕਿ ਅਸੀਂ ਸਾਰੇ ਜਾਣਦੇ ਹਾਂ, ਲੁਧਿਆਣਾ ਉੱਤਰੀ ਭਾਰਤ ਦਾ ਅਹਿਮ ਸਨਅਤੀ ਅਤੇ ਵਪਾਰਕ ਕੇਂਦਰ ਹੈ। ਇਹ ਸ਼ਹਿਰ ਆਪਣੇ ਉੱਦਮੀ ਲੋਕਾਂ ਕਰਕੇ ਜਾਣਿਆ ਜਾਂਦਾ ਹੈ। ਸਾਡੀ ਸਰਕਾਰ ਇਸ ਸ਼ਹਿਰ ਦਾ… pic.twitter.com/5pUZNIJpG7
— Narendra Modi (@narendramodi) February 1, 2026


