প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত অলিম্পিক ২০২৪ৰ সামৰণি পৰাৰ লগে লগে ভাৰতীয় দলটোৱে কৰা প্ৰচেষ্টাৰ শলাগ লয়।

 

ভাৰতীয় খেলুৱৈসকলক নায়ক বুলি অভিহিত কৰি শ্ৰী মোদীয়ে তেওঁলোকৰ ভৱিষ্যত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

 

"পেৰিছ অলিম্পিকৰ সামৰণিৰ লগে লগে, খেলসমূহৰ জৰিয়তে কৰা প্ৰচেষ্টাৰ বাবে মই সমগ্ৰ ভাৰতীয় দলটোৰ শলাগ লৈছোঁ। সকলো খেলুৱৈয়ে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিছে আৰু প্ৰতিজন ভাৰতীয়ই তেওঁলোকক লৈ গৌৰৱান্বিত। আমাৰ ক্ৰীড়া নায়কসকলক তেওঁলোকৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2026
March 04, 2026

Citizens Celebrate Colours of Confidence: PM Modi's Vision Powers Holi Joy, Jobs, Security, and Global Trust