প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ কেম্ব্ৰিজ লেআউটত থকা ভাৰতৰ প্ৰথমটো থ্ৰীডি প্ৰিন্টেড প’ষ্ট অফিচক আমাৰ ৰাষ্ট্ৰৰ উদ্ভাৱন আৰু প্ৰগতিৰ সাক্ষ্য বুলি অভিহিত কৰিছে।


প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে।


"বেংগালুৰুৰ কেম্ব্ৰিজ লেআউটত ভাৰতৰ প্ৰথমটো থ্ৰীডি প্ৰিন্টেড প’ষ্ট অফিচ প্ৰত্যক্ষকৰণেৰে প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিব। ই আমাৰ ৰাষ্ট্ৰৰ উদ্ভাৱন আৰু প্ৰগতিৰ সাক্ষ্য বহন কৰিছে। ইয়াত আত্মনিৰ্ভৰশীল ভাৰতৰ মনোভাৱৰো প্ৰতিফলন ঘটিছে।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Bank credit recorded robust growth during H2FY26

Media Coverage

Bank credit recorded robust growth during H2FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2026
April 23, 2026

Inclusive Innovation: Empowering Every Citizen in the New India Under the Leadership of PM Modi