প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্য সম্পাপ্ত ২৩ বছৰ অনূৰ্ধ্ব বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ ভূয়সী প্ৰশংসা কৰিছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“সদ্য সমাপ্ত ২৩ বছৰ অনূৰ্ধ্ব বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ভাৰতৰ মল্লযুঁজৰ দক্ষতা অধিক উজ্জ্বল হৈ পৰিছে, কিয়নো আমি অসাধাৰণ ৯টা পদক লাভ কৰিছো, ইয়াৰে ৬টা পদক আমাৰ নাৰী শক্তিয়ে লাভ কৰিছে। বিশ্ব চেম্পিয়নশ্বিপত আমাৰ উদীয়মান মল্লযুঁজাৰুসকলৰ এই উল্লেখযোগ্য প্ৰদৰ্শন আমাৰ মল্লযুঁজাৰুসকলৰ অদম্য অধ্যৱসায় আৰু দৃঢ়তাৰ প্ৰমাণ। তেওঁলোকক অভিনন্দন আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালোঁ।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation

Media Coverage

Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026