আমি সদায় আমাৰ সন্তানৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে সমৰ্পিত: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কক্লিয়াৰ ইমপ্লাণ্ট আঁচনিৰ প্ৰভাৱক প্ৰশংসা কৰে য'ত ৫ বছৰ বয়সলৈকে শিশুক বিনামূলীয়াকৈ এয়া অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ ব্যয় হৈছে ৬ লাখ টকা।

কেন্দ্ৰীয় শক্তি আৰু গধুৰ উদ্যোগ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জাৰৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

‘‘খুব সুন্দৰ তথ্য ৷ শিশুৰ সুৰক্ষাৰ বাবে আমি সদায়েই সমৰ্পিত ৷’’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 আগষ্ট 2026
August 25, 2026

Nari Shakti to Capital Markets: PM Modi’s Reforms Are Rewiring India’s Growth Story