প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে উত্তৰ প্ৰদেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

 

এক্স-ৰ এটা পোষ্টত তেওঁ লিখিছেঃ

 

"উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা জনালোঁ। ভাৰতীয় সংস্কৃতিত অসংখ্য পৌৰাণিক আৰু ঐতিহাসিক সময়ৰ সাক্ষী হোৱা এই পবিত্ৰ ভূমিয়ে যোৱা আঠ বছৰ ধৰি উন্নয়নৰ নতুন অধ্যায় সৃষ্টি কৰাত নিয়োজিত হৈ আছে। জনকল্যাণৰ বাবে উৎসর্গীকৃত চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ বিস্ময়কৰ প্ৰতিভা তথা অক্লান্ত কঠোৰ পৰিশ্ৰমৰ সৈতে, আমাৰ এই প্ৰিয় ৰাজ্যখনে এখন উন্নত ভাৰত গঢ়ি তোলাত অমূল্য অৱদান আগবঢ়াব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’

Media Coverage

‘Paltano Dorkar!’ PM Modi Predicts TMC Rout In Bengal, Says ‘Goons Won’t Find Space To Hide After May 4’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 এপ্ৰিল 2026
April 25, 2026

From Boat Rides on the Ganga to Global AI & Bio-Economy Leadership: PM Modi’s India 2.0