প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়বাসীক শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ ‘এক্স’ৰ এটা ‘পোষ্ট’ত লিখিছে:

"মেঘালয়ৰ ৰাজ্যৰ মৰ্যাদা দিৱসত মই ৰাজ্যবাসীক শুভেচ্ছা জনাইছোঁ। মেঘালয় ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জনসাধাৰণৰ পৰিশ্ৰমী প্ৰকৃতিৰ বাবে প্ৰশংসিত হৈ আহিছে। অনাগত সময়ত ৰাজ্যখনৰ নিৰন্তৰ উন্নয়নৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Kavach commissioned on 2,569 km as Railways expands safety rollout

Media Coverage

Kavach commissioned on 2,569 km as Railways expands safety rollout
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reviews flood situation in Arunachal Pradesh and Nagaland with MPs from the two states
July 30, 2026

The Prime Minister, Shri Narendra Modi, met Members of Parliament from Arunachal Pradesh and Nagaland and discussed the situation in the two states in the wake of the floods.

Shri Modi said that the Central Government will continue working with the respective state Governments to address the challenges arising from the floods.

The Prime Minister prayed for everyone’s well-being and safety.

In a post on X, Shri Modi said;

“Had a meeting with MPs from Arunachal Pradesh and Nagaland. We talked about the situation in these states in the wake of floods there. The Central Government will keep working with the respective state Governments to address the challenges. Praying for everyone’s wellbeing and safety.”