প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰ প্ৰতীক পৱিত্ৰ ধনতেৰেছ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে ভগৱান ধন্বন্তৰীৰ আশীৰ্বাদ বিচাৰিছে আৰু সকলো নাগৰিক স্বাস্থ্যৱান, সমৃদ্ধ আৰু সুখী হৈ থকাৰ কামনা কৰিছে, যাতে উন্নত ভাৰতৰ সংকল্পই নতুন শক্তি লাভ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কয় ঃ

"সুস্বাস্থ্য আৰু সুখ-সমৃদ্ধিৰ প্ৰতীক ধনতেৰেছ উৎসৱৰ বাবে দেশৰ মোৰ পৰিয়ালৰ সকলো সদস্যক বহুত  বহুত অভিনন্দন জনাইছোঁ। মই কামনা কৰোঁ যে ভগৱান ধন্বন্তৰীৰ কৃপাত আপোনালোক সকলোৱে সদায় স্বাস্থ্যৱান, সমৃদ্ধ আৰু সুখী হৈ থাকক, যাতে উন্নত ভাৰতৰ সংকল্পই নতুন শক্তি লাভ কৰে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Hails Rice Revolution And Kerala Kumbh Revival In ‘Mann Ki Baat’

Media Coverage

PM Modi Hails Rice Revolution And Kerala Kumbh Revival In ‘Mann Ki Baat’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the demise of former Union Minister, Shri Mukul Roy
February 23, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the passing away of former Union Minister, Shri Mukul Roy. Shri Modi said that Shri Mukul Roy will be remembered for his political experience and efforts to serve society.

In a post on X, the Prime Minister said:

“Pained by the passing of former Union Minister Shri Mukul Roy Ji. He will be remembered for his political experience and efforts to serve society. Condolences to his family and supporters. Om Shanti.”