প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে ৰাইজক সম্ভাষণ জনাইছে। "সৃষ্টিৰ অধিপতিগৰাকীৰ বিশেষ পূজা-অৰ্চনাৰ এই পবিত্ৰ ক্ষণত নতুন সৃষ্টিত নিয়োজিত সকলো কৰ্মযোগীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ", শ্ৰী মোদীয়ে কয়।
আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
"ভগৱান বিশ্বকৰ্মা জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ লোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সৃষ্টিৰ অধিপতিগৰাকীৰ বিশেষ পূজা-অৰ্চনাৰ এই পবিত্ৰ ক্ষণত নতুন সৃষ্টিত নিয়োজিত সকলো কৰ্মযোগীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সামৰ্থ্যবান ভাৰত গঢ়াত আপোনাসৱৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰম অতিশয় মূল্যৱান।"
देशभर के अपने परिवारजनों को भगवान विश्वकर्मा जयंती की हार्दिक शुभकामनाएं। सृष्टि के शिल्पकार की विशेष आराधना के इस पावन अवसर पर नवसृजन में जुटे सभी कर्मयोगियों को मेरा हृदय से अभिनंदन। आपकी प्रतिभा और परिश्रम सशक्त, समृद्ध और समर्थ भारतवर्ष के निर्माण में बहुत मूल्यवान है।
— Narendra Modi (@narendramodi) September 17, 2025


