প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ নিৰ্মাণ আৰু সৃষ্টিৰ সৈতে জড়িত দক্ষ আৰু পৰিশ্ৰমী শিল্পী আৰু নিৰ্মাণকৰ্তাসকলকো অভিবাদন জনায়। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে উন্নত আৰু স্বাৱলম্বী ভাৰতৰ সংকল্প পূৰণ কৰাত তেওঁলোকৰ অৱদান অতুলনীয় হ'ব।

‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভগৱান বিশ্বকৰ্মা জয়ন্তী উপলক্ষে সকলো দেশবাসীক শুভেচ্ছা জনাইছোঁ। এই উপলক্ষে মই নিৰ্মাণ আৰু সৃষ্টিশীলতাৰ সৈতে জড়িত মোৰ সকলো দক্ষ আৰু পৰিশ্ৰমী সহকৰ্মীক বিশেষভাৱে অভিবাদন জনাইছোঁ। মই নিশ্চিত যে উন্নত আৰু স্বাৱলম্বী ভাৰতৰ সংকল্প প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ অৱদান অতুলনীয় হ'ব।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph