প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “জন্মাষ্টমীৰ পবিত্ৰ ক্ষণত সমগ্ৰ দেশবাসীক শুভকামনা জনাইছো৷ জয় শ্ৰীকৃষ্ণ!”
सभी देशवासियों को जन्माष्टमी के पावन पर्व की बहुत-बहुत शुभकामनाएं। जय श्रीकृष्ण!
— Narendra Modi (@narendramodi) August 11, 2020
Best wishes on the auspicious occasion of Janmashtami. Jai Shri Krishna!