প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মহালয়া’ উপলক্ষে জনসাধৰণলৈ শুভকামনা জ্ঞাপন কৰিছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"মহালয়া’ত আমি আই দূৰ্গাক প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ আশীস কামনা কৰিছোঁ। “সকলোটি যেন সুখী আৰু সুস্থ হৈ থাকে, সৰ্বত্ৰে যেন সমৃদ্ধি আৰু ভ্ৰাতৃত্ববোধে বিৰাজ কৰে।
শুভ মহালয়া"!
On Mahalaya, we pray to Maa Durga and seek her divine blessings for our people. May everyone be happy and healthy. May there be prosperity and brotherhood all around.
— Narendra Modi (@narendramodi) September 25, 2022
Shubho Mahalaya!