প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল আধা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই এক্স পোষ্টত লিখিছে -
“ঈদ-উল-আধাৰ শুভেচ্ছা জনালোঁ! এই বিশেষ উৎসৱে আমাৰ সমাজত সমন্বয় আৰু একতাৰ বান্ধোন আৰু অধিক দৃঢ় কৰি তোলক। সকলোৱে সুখী আৰু সুস্থ হৈ থাকক।”
Greetings on Eid-ul-Adha! May this special occasion further cement the bonds of harmony and togetherness in our society. May everyone be happy and healthy.
— Narendra Modi (@narendramodi) June 17, 2024


