প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষট পূজা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘সূৰ্য উপাসনাৰ মহাপৰ্ব ষট পূজা উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভগৱানে সকলোকে সুস্বাস্থ্য আৰু সুখ-সৌভাগ্য প্ৰদান কৰক।’
सूर्योपासना के महापर्व छठ की आप सभी को ढेरों शुभकामनाएं। छठी मइया हर किसी को उत्तम स्वास्थ्य और सुख-सौभाग्य प्रदान करें। pic.twitter.com/JVZ7lTKWDn
— Narendra Modi (@narendramodi) November 10, 2021


