প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“হিমাচল প্ৰদেশৰ মোৰ পৰিয়ালৰ সদস্যসকল প্ৰকৃতি, শিল্প আৰু সংস্কৃতিৰ প্ৰতি থকা প্ৰেমৰ লগতে সাহসৰ বাবে জনাজাত। তেওঁলোক সদায় স্বকীয় গৌৰৱময় ঐতিহ্য সংৰক্ষণৰ বাবে সমৰ্পিত। ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত তেওঁলোকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Beyond Make in India: Building a globally competitive manufacturing ecosystem

Media Coverage

Beyond Make in India: Building a globally competitive manufacturing ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2026
June 06, 2026

Viksit Bharat Rising: PM Modi's Vision Powers Energy, Defense & Digital Dominance