প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ দিৱস উপলক্ষে বিহাৰৰ জনতাক শুভেচ্ছা জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিহাৰ দিৱসত ৰাজ্যখনৰ সকলো জনসাধাৰণক বহুত বহুত শুভকামনা জনাইছো৷ গৌৰৱশালী অতীত আৰু সমৃদ্ধিশালী সংস্কৃতিৰ বাবে বিশেষ পৰিচয় থকা এই ৰাজ্যখনে সদায়েই বিকাশৰ নতুন মাত্ৰা প্ৰদান কৰি আহিছে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
18% tariffs, boosts to exports, agriculture protected: How India benefits from trade deal with US? Explained

Media Coverage

18% tariffs, boosts to exports, agriculture protected: How India benefits from trade deal with US? Explained
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ফেব্ৰুৱাৰী 2026
February 08, 2026

India Empowered: From Semiconductor Surge to Diaspora Pride Under PM Modi