প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট স্থাপনা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"ગુજરાત સ્થાપના દિવસની હાર્દિક શુભેચ્છાઓ….! ગુજરાત રાજ્યએ તેના સર્વાંગી વિકાસની સાથે-સાથે તેની આગવી સંસ્કૃતિને કારણે એક અનન્ય ઓળખ ઊભી કરી છે.

હું પ્રાર્થના કરું છું કે રાજ્ય આગામી વર્ષોમાં વિકાસની નવી ઊંચાઈઓ સર કરતું રહે.

જય જય ગરવી ગુજરાત !"

"গুজৰাট স্থাপনা দিৱসৰ শুভেচ্ছা জনালোঁ। গুজৰাট ইয়াৰ সৰ্বাংগীন অগ্ৰগতিৰ লগতে ইয়াৰ অনন্য সংস্কৃতিৰ বাবে উজ্বলি উঠিছে। মই ৰাজ্যখনে যেন আগন্তুক সময়ত উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰে, তাৰে কামনা কৰিলোঁ।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুলাই 2026
July 16, 2026

Atmanirbhar to Inclusive: PM Modi’s Blueprint for a Self-Reliant, Empowered & Culturally Rooted Bharat