জি এছ টি সঞ্চয় মহোৎসৱৰ সমান্তৰালকৈ এক নতুন শক্তি লাভৰ দিশে স্বদেশৰ মন্ত্ৰঃ প্ৰধানমন্ত্ৰী

নৱৰাত্ৰি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে এইবেলি নৱৰাত্ৰিৰ শুভ অনুষ্ঠানক অতি বিশেষ আখ্যা দিয়ে। "জি এছ টি সঞ্চয় মহোৎসৱৰ সমান্তৰালকৈ এই সময়ছোৱাত স্বদেশৰ মন্ত্ৰই এক নতুন শক্তি লাভ কৰিবলৈ গৈ আছে। আহক আমি এক বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰণৰ বাবে সামূহিক প্ৰচেষ্টাত ব্ৰতী হওঁ" শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে:

আপোনালোক সকলোলৈ নৱৰাত্ৰীৰ শুভেচ্ছা। সাহস, সংযম, সংকল্পময় ভক্তি-ভাৱাপন্ন এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ নৱ শক্তি আৰু বিশ্বাস কঢ়িয়াই আনক। জয় মাতা দি!

"નવરાત્રીની હાર્દિક શુભકામનાઓ!

શક્તિ, ભક્તિ અને આનંદનું આ પાવન પર્વ આપ સૌના જીવનમાં નવો ઉમંગ, ઉત્સાહ અને સુખ સમૃદ્ધિ લાવે એવી મા અંબા પાસે પ્રાર્થના….."

এইবেলি নৱৰাত্ৰিৰ এই শুভ অনুষ্ঠান অতি বিশেষ। জি এছ টি সঞ্চয় উৎসৱৰ সমান্তৰালকৈ এই সময়ছোৱাত স্বদেশৰ মন্ত্ৰ এক নতুন শক্তি লাভৰ দিশে অগ্ৰসৰ হৈছে। আহক আমি এক বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰণৰ বাবে সামূহিক প্ৰচেষ্টাত ব্ৰতী হওঁ।

"નવરાત્રીની હાર્દિક શુભકામનાઓ!

શક્તિ, ભક્તિ અને આનંદનું આ પાવન પર્વ આપ સૌના જીવનમાં નવો ઉમંગ, ઉત્સાહ અને સુખ સમૃદ્ધિ લાવે એવી મા અંબા પાસે પ્રાર્થના….."

इस बार नवरात्रि का यह शुभ अवसर बहुत विशेष है। GST बचत उत्सव के साथ-साथ स्वदेशी के मंत्र को इस दौरान एक नई ऊर्जा मिलने वाली है। आइए, विकसित और आत्मनिर्भर भारत के संकल्प की सिद्धि के लिए सामूहिक प्रयासों में जुट जाएं।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026