প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো জোৱানক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁলোকৰ সংকল্প, অনুশাসন আৰু নিষ্ঠাৰ বাবে পৰিচিত চিআইএছএফে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিয়ে ভাৰতৰ সুৰক্ষা আৰু প্ৰগতিৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছে", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

"কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত সকলো জোৱানক আন্তৰিক শুভেচ্ছা জনাইছো।

তেওঁলোকৰ সংকল্প, অনুশাসন আৰু নিষ্ঠাৰ বাবে পৰিচিত চিআইএছএফে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সুৰক্ষিত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিয়ে ভাৰতৰ সুৰক্ষা আৰু প্ৰগতিৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছে।

@CISFHQrs

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength