প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিএছএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিএছএফ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৰক্ষা কৰাত আৰু অত্যন্ত পৰিশ্ৰমেৰে দেশৰ সেৱা কৰাত, বিএছএফ বাহিনীৰ উৎকৃষ্ট ট্ৰেক ৰেকৰ্ডৰ কথাও উল্লেখ কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"সকলো @BSF_India কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন। এইটো এনে এটা বাহিনী, যাৰ ভাৰতৰ ৰক্ষা কৰাত আৰু অত্যন্ত পৰিশ্ৰমেৰে আমাৰ দেশৰ সেৱা কৰাত এক উৎকৃষ্ট ট্ৰেক ৰেকৰ্ড আছে। মই প্ৰাকৃতিক দুৰ্যোগৰ দৰে প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত বিএছএফৰ দ্বাৰা কৰা সৎ কাৰ্যসমূহৰ শলাগ লৈছো।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi