প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে।

শ্ৰী মোদীয়ে কয় যে ঝাৰখণ্ড ইয়াৰ খনিজ সম্পদৰ লগতে জনজাতীয় সমাজৰ সাহস, বিক্ৰম আৰু আত্মসন্মানৰ বাবে বিখ্যাত। ঝাৰখণ্ডৰ জনসাধাৰণে দেশৰ প্ৰগতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।

এক্স কৰা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"ঝাৰখণ্ড ইয়াৰ খনিজ সম্পদৰ লগতে জনজাতীয় সমাজৰ সাহস, বীৰত্ব আৰু আত্মসন্মানৰ বাবে সুপৰিচিত। এইখন ৰাজ্যৰ মোৰ পৰিয়ালৰ সদস্যসকলে দেশৰ প্ৰগতিত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰাজ্যখনৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Union Budget 2026-27 sharpens focus on manufacturing and MSMEs push

Media Coverage

Union Budget 2026-27 sharpens focus on manufacturing and MSMEs push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Haryana meets Prime Minister
February 02, 2026

Chief Minister of Haryana, Shri Nayab Saini met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

"Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi."

@cmohry