যোৱা কেইবাবছৰ ধৰি সামূহিক প্ৰচেষ্টাই এছিয়াৰ সিংহৰ জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটো নিশ্চিত কৰিছে; এছিয়াটিক সিংহৰ বাসস্থান সংৰক্ষণৰ ক্ষেত্ৰত জনজাতীয় সম্প্ৰদায় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত মহিলাৰ ভূমিকাও সমানেই প্ৰশংসনীয়ঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিমামণ্ডিত এছিয়াটিক সিংহৰ বাসভূমি বুলি বিখ্যাত গিৰত ছাফাৰী কৰিলোঁ।
আপোনালোক সকলোকে আগন্তুক সময়ত গিৰ ভ্ৰমণ কৰিবলৈ আহিবলৈ আহ্বান জনাইছো।” “গিৰত সিংহ আৰু সিংহিনী! আজি পুৱা কিছু ফটো তোলাৰ চেষ্টা কৰিলোঁ।”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিমামণ্ডিত এছিয়াটিক সিংহৰ বাসভূমি বুলি বিখ্যাত গিৰত ছাফাৰী কৰিলোঁ।

 

এক্সত এলানি পৃথক পোষ্টত তেওঁ লিখেঃ-

“আজি পুৱা #WorldWildlifeDay ত মই গিৰত ছাফাৰীত উঠিলোঁ, যিটো আমি সকলোৱে জনা মতে, মহিমামণ্ডিত এছিয়াটিক লায়ন্সৰ বাসভূমি। গিৰলৈ আহি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত কৰা সামূহিক কামৰ বহু স্মৃতিও মনত পৰে। বিগত কেইবাবছৰ ধৰি কৰা সামূহিক প্ৰচেষ্টাই এছিয়াৰ সিংহৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটো নিশ্চিত কৰিছে। এছিয়াটিক সিংহৰ বাসস্থান সংৰক্ষণৰ ক্ষেত্ৰত জনজাতীয় জনগোষ্ঠী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ নাৰীৰ ভূমিকাও সমানেই প্ৰশংসনীয়।”

 

“ইয়াত গিৰৰ আৰু কিছু আভাস দিয়া হ’ল। আপোনালোক সকলোকে আগন্তুক সময়ত গিৰ ভ্ৰমণ কৰিবলৈ আহিবলৈ আহ্বান জনাইছো।” “গিৰত সিংহ আৰু সিংহিনী! আজি পুৱা  কিছু ফটো তোলাৰ চেষ্টা কৰিলোঁ।”

 

 

“Lions and lionesses in Gir! Tried my hand at some photography this morning.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Uttar Pradesh meets the Prime Minister
August 08, 2026

Chief Minister of Uttar Pradesh, Shri Yogi Adityanath met the Prime Minister, Shri Narendra Modi, today.

The Prime Minister posted on X:

Chief Minister of Uttar Pradesh, Shri @myogiadityanath met Prime Minister @narendramodi.

@CMOfficeUP