প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট দিৱস উপলক্ষ্যে  গুজৰাটবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"গুজৰাট দিৱস উপলক্ষ্যে গুজৰাটৰ জনসাধাৰণলৈ উষ্ম শুভেচ্ছা জনাইছো। এই দিৱসটো গুজৰাটৰ চহকী ইতিহাস, সজীৱ সংস্কৃতি আৰু উল্লেখযোগ্য মনোভাৱৰ উদযাপন। ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত ৰাজ্যখনে অসাধাৰণ অৱদান আগবঢ়াইছে। জনসাধাৰণৰ গতিশীল আৰু উদ্যমী মনোভাব সঁচাকৈয়ে লক্ষ্যণীয়। আগন্তুক সময়ত গুজৰাটে প্ৰগতিৰ নতুন উচ্চতাত উপনীত হওক ।"

“ગુજરાત સ્થાપના દિવસ નિમિત્તે રાજ્યના તમામ નાગરિકોને હાર્દિક શુભેચ્છાઓ…!!
આ દિવસ એ ગુજરાતના સમૃદ્ધ ઇતિહાસ, જીવંત સંસ્કૃતિ અને અદમ્ય જિજ્ઞાસા-ઉમંગના ઉત્સવનું પ્રતિક છે. ગુજરાતની ધરતી પર વસતા લોકો તેમની ગતિશીલતા, મહેનત અને ઉદ્યોગસાહસિકતા માટે વિશ્વભરમાં ઓળખાતા રહ્યા છે. રાજ્યએ દેશના આર્થિક, સામાજિક અને સાંસ્કૃતિક વિકાસમાં નોંધપાત્ર યોગદાન આપ્યું છે.
આવનારા સમયમાં ગુજરાત પ્રગતિના નવા શિખરો સર કરે તેવી અંતઃકરણપૂર્વક અભ્યર્થના…!!"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India achieves near-universal banking coverage, says Ministry of Finance

Media Coverage

India achieves near-universal banking coverage, says Ministry of Finance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026