প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ ভাই দুজ উপলক্ষে সমগ্ৰ দেশৰ নাগৰিকসকলক তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ
"আপোনালোক সকলোকে ভাই দুজৰ শুভেচ্ছা জনাইছো। ভাই-ভনীৰ পাৰস্পৰিক প্ৰেম আৰু বিশ্বাসৰ প্ৰতীক এই উৎসৱে সকলোৰে জীৱনত সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনক। এই সম্পৰ্কই এক নতুন শক্তি লাভ কৰক, সেইটোৱেই কামনা কৰিছো "
आप सभी को भाई दूज की बहुत-बहुत शुभकामनाएं। भाई-बहन के आपसी प्रेम और विश्वास का यह प्रतीक-पर्व हर किसी के जीवन में सुख, समृद्धि और सौभाग्य लेकर आए। इस रिश्ते की डोर को एक नई मजबूती मिले, यही कामना है।
— Narendra Modi (@narendramodi) October 23, 2025


