প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱস উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সন্মান, গৌৰৱ আৰু মৰ্যদাৰ প্ৰতীক হিচাপে গণৰাজ্য দিৱসে সকলো নাগৰিকৰ জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক।

তেওঁ আশা প্ৰকাশ কৰে যে এই ৰাষ্ট্ৰীয় অনুষ্ঠানত বিকশিত ভাৰত গঢ়াৰ সামূহিক সংকল্প আৰু অধিক শক্তিশালী হ'ব।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখে;

“সকলো দেশবাসীক গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছো। ভাৰতৰ গৌৰৱ আৰু মৰ্যাদাৰ প্ৰতীক এই ৰাষ্ট্ৰীয় মহাপৰ্বই আপোনালোক সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক। বিকশিত ভাৰতৰ সংকল্প আৰু অধিক সুদৃঢ় হওক তাকে কামনা কৰিলোঁ।”

 

 

 

“Best wishes on Republic Day.

May this occasion add renewed energy and enthusiasm in our collective resolve to build a Viksit Bharat.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Handloom — weaving India’s heritage into global growth

Media Coverage

Handloom — weaving India’s heritage into global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on spirit of selfless service
August 07, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the virtue of selfless service and the noble ideal of working for the welfare of others without expecting anything in return:

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

The Prime Minister posted on X:

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥