‘নৱ সম্বৎসৰ’, ‘উগাড়ি’, ‘চাজিবু চেইৰাওবা’, ‘গুড়ি পড়ৱা’, ‘চেতি চাঁদ’ আৰু ‘নৱৰেহ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে।

‘এক্স’-ত কৰা এলানি পৃথক ‘পোষ্ট’ত তেওঁ লিখিছে:

“সকলো দেশবাসীলৈ ‘নৱ সম্বৎসৰ’ৰ বহুত বহুত শুভকানা জনাইছোঁ। এই পৱিত্ৰ উপলক্ষই আপোনালোকৰ জীৱনলৈ নতুন উৎসাহ-উদ্দীপনা লৈ আহক, যিয়ে উন্নত ভাৰতৰ সংকল্পতো নতুন শক্তি সঞ্চাৰিত কৰিব।”

 "আপোনালোক সকলোলৈকে ‘উগাড়ী’ৰ শুভেচ্ছা জনাইছোঁ!"

“সকলোলৈকে ‘উগাড়ী’ৰ শুভেচ্ছা জনাইছোঁ!”

“সকলোলৈকে ‘উগাড়ী’ৰ শুভেচ্ছা জনাইছোঁ!”

"চাজিবু চেইৰাওবাৰ শুভেচ্ছা জনাইছোঁ!"

"‘গুড়ি পড়ৱা’ত সকলোলৈকে শুভেচ্ছা জনাইছোঁ!"

"সকলোলৈকে ‘গুড়ি পড়ৱা’ৰ শুভেচ্ছা জনাইছোঁ!"

"‘চেতি চাদঁ’ৰ শুভকামনা জনাইছোঁ!"

"‘নৱৰেহ’ পোষ্টে!"

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up

Media Coverage

Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 আগষ্ট 2026
August 24, 2026

Beyond Announcements: Real Milestones Proving India’s Rise Across Defence, Tech & Economy Under the Leadership of PM Modi