প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰঙালী বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক বাৰ্তাত কয়,
আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো।”
Rongali Bihu greetings to you all! pic.twitter.com/rlM1iZSvuo
— Narendra Modi (@narendramodi) April 15, 2026


