প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।"বাবা বিশ্বনাথৰ পবিত্ৰ নগৰখন আজি দেৱ দীপাৱলীৰ অতুলনীয় উজ্জ্বলতাৰে আলোকিত হৈছে।


প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"দেৱ দীপাৱালীৰ অতুলনীয় পোহৰেৰে আজি আলোকিত হৈছে বাবা বিশ্বনাথৰ পৱিত্ৰ নগৰী।মা গংগাৰ পাৰত কাশীৰ ঘাটত জ্বলি থকা লাখ লাখ দীপে সকলোৰে বাবে সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। এই ঐশ্বৰিকতাই সকলোৰে হৃদয় আৰু আত্মাক মোহিত কৰাটো নিশ্চিত।"
দেৱ দীপাৱলীত আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। হৰ হৰ মহাদেৱ!"
बाबा विश्वनाथ की पावन नगरी आज देव दीपावली के अनुपम प्रकाश से आलोकित है। मां गंगा के किनारे काशी के घाटों पर प्रज्वलित लाखों दीपों में सबके लिए सुख-समृद्धि की कामना है। यह दिव्यता और भव्यता हर किसी के मन-प्राण को मंत्रमुग्ध कर देने वाली है।
— Narendra Modi (@narendramodi) November 5, 2025
आप सभी को देव दीपावली की हार्दिक… pic.twitter.com/p1kIszrJTT
“কাশীত দৃষ্টিনন্দন দেৱ দীপাৱলী!”


Spectacular Dev Deepawali in Kashi! pic.twitter.com/vzh43C4QOG
— Narendra Modi (@narendramodi) November 5, 2025


