প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  সেনা দিৱস উপলক্ষে ভাৰতীয় সেনা জোৱানসকলক শুভেচ্ছা জনাইছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সেনা দিৱস উপলক্ষে বিশেষকৈ আমাৰ সাহসী সেনা জোৱান, শ্রদ্ধাৰ প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ্গৰ প্রতি শুভকামনা জনাইছো। ভাৰতীয় সেনাবাহিনীক তেওঁলোক সাহসিকতা আৰু পেশাদাৰিত্বৰ বাবে সৰ্বজনবিদিত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্রত ভাৰতীয় সেনাবাহিনীৰ অমূল্য অৱদান শব্দৰে প্রকাশ কৰিব নোৱাৰি।

ভাৰতীয় সেনাকর্মীসকলে চৰম প্রতিকূল পৰিৱেশত দেশৰ সেৱা কৰিছে আৰু প্রাকৃতিক দুর্যোগকে ধৰি মানৱীয় সংকটৰ সময়ত সদায় নাগৰিকসকলক সহায় আগবঢ়াই আহিছে৷ বিদেশত শান্তিৰক্ষা অভিযানসমূহতো সেনাবাহিনীয়ে পালন কৰা গুৰুত্বপূর্ণ ভূমিকাৰ বাবে ভাৰতে গৌৰৱবোধ কৰে।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.