সেনা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো সেনা জোৱান, প্ৰাক্তন সেনা কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"সেনা দিৱসত মই সকলো সেনা জোৱান, প্ৰাক্তন সেনা কৰ্মী আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সেনাকৰ্মীসকলক লৈ প্ৰতিজন ভাৰতীয় গৌৰৱান্বিত আৰু আমাৰ সৈনিকসকলৰ প্ৰতি আমি সদায় কৃতজ্ঞ হৈ থাকিম। তেওঁলোকে সদায়ে আমাৰ দেশক সুৰক্ষিত কৰি ৰাখিছে আৰু সংকটৰ সময়ত তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে ব্যাপকভাৱে প্ৰশংসিত হৈছে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Marvell to invest $250 million, double India workforce in 3 years

Media Coverage

Marvell to invest $250 million, double India workforce in 3 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুলাই 2026
July 30, 2026

Aatmanirbhar in Action: How PM Modi Turned Vision into Export Multipliers & Safer Rails