প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্চী নৱবৰ্ষ নৱৰোজ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“নৱৰোজ মোবাৰক!

পাৰ্চী নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো৷ ভাৰতে পাৰ্চী সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰম্পৰাক লৈ গৌৰৱ কৰে। এই সম্প্ৰদায়টোৱে আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। এক সুখী, উৎকৃষ্ট সু-স্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰা বছৰৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance