ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনা সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰৰ সৈতে কথা পাতে। তেওঁ জানিবলৈ দিয়ে যে প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে আৰু ক্ষতিগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হৈছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘বিহাৰৰ ভাগলপুৰত সংঘটিত বিস্ফোৰণত প্ৰাণহানি হোৱাৰ খবৰ অতি বেদনাদায়ক। মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। এই ঘটনা সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী @NitishKumar জীৰ সৈতেও কথা পতা হৈছিল। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, আৰু ভুক্তভোগীসকলক সম্ভৱপৰ সকলো  সহায় আগবঢ়োৱা হৈছে।’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
After Modi's Push For Domestic Tourism, Here Are 8 Places Seeing A Surge

Media Coverage

After Modi's Push For Domestic Tourism, Here Are 8 Places Seeing A Surge
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মে’ 2026
May 25, 2026

Economic Powerhouse Meets Compassionate Leadership: India’s Rise Under PM Narendra Modi