প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন ধন যোজনাৰ সফল ৬ষ্ঠ তম বৰ্ষপূৰ্তিত সন্তোষ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী জন ধন যোজনাক সফল কাম কৰি তোলাৰ ক্ষেত্ৰত যিসকল লোকে দিনে নিশাই অবিৰাম কষ্ট কৰিছে তেওঁলোককো শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “বেংকত একাউণ্ট নথকা লোকসকলক বেংক একাউণ্ট খুলি দিয়াৰ এক অভিলাষী উদ্দেশ্যেৰে আজিৰ পৰা ছবছৰ পূৰ্বে মুকলি কৰা হৈছিল প্ৰধানমন্ত্ৰী জন ধন যোজনা। দেশৰ কোটি কোটি লোকক লাভৱান্বিত কৰি, ভালেমান দৰিদ্ৰতা নিৰ্মূলকৰণ পদক্ষেপৰ ভেটি হিচাপে আৰম্ভ কৰা এই পদক্ষেপ আজি যুগান্তকাৰী হিচাপে অভিহিত হৈছে।”

তেওঁ লগতে কয় “প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ ভেটিতেই ভালেমান পৰিয়ালৰ ভৱিষ্যৎ সুৰক্ষিত হৈ পৰিছে। এই যোজনাৰ এক বৃহৎ সংখ্যক হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু সৰহ সংখ্যকেই মহিলা। মই প্ৰধানমন্ত্ৰী জন ধন যোজনাক সফল কাম কৰি তোলাৰ বাবে দিনে নিশাই কষ্ট কৰি থকা প্ৰতিগৰাকী লোককে অভিবাদন জনাইছো।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুন 2026
June 21, 2026

PM Modi Taking India’s Traditions to Every Corner of the World