প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনয়ন দিয়াত সুখ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"ভাৰতৰ ৰাষ্ট্ৰপতিয়ে @SmtSudhaMurty জীক ৰাজ্যসভালৈ মনোনীত কৰাত মই আনন্দিত হৈছোঁ। সমাজসেৱা, পৰোপকাৰ আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুধা জীৰ অৱদান অপৰিসীম আৰু প্ৰেৰণাদায়ক। ৰাজ্যসভাত তেওঁৰ উপস্থিতি আমাৰ 'নাৰী শক্তি'ৰ প্ৰবল সন্মান, যি আমাৰ দেশৰ ভাগ্য গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাৰ শক্তি আৰু সম্ভাৱনাৰ আদৰ্শ। তেওঁৰ সফল সংসদীয় কাৰ্যকালৰ কামনা কৰিলোঁ।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities

Media Coverage

How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026