প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে লাইটহাউছক মূল পৰ্যটন স্থান হিচাপে বৃদ্ধি পোৱা উৎসাহ দেখি তেওঁ আনন্দিত হৈছে।

এলানি টুইটত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ড° প্ৰমোদ পি সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত শ্ৰীপদ ৱাই নাইকৰ সৈতে গোৱাৰ আগুয়াডা দুৰ্গত প্ৰথমবাৰৰ বাবে ভাৰতীয় লাইটহাউচ মহোৎসৱ উদ্বোধন কৰা বুলি অৱগত কৰে। সামুদ্ৰিক যাতায়তৰ এক অপৰিহাৰ্য অংগ লাইটহাউচ উদযাপনৰ বাবে ভাৰতীয় লাইটহাউচ মহোৎসৱৰ আয়োজন কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“লাইটহাউছক প্ৰধান পৰ্যটন স্থলী হিচাপে মানুহৰ ক্ৰমাৎ বৃদ্ধি পোৱা উৎসাহ দেখিবলৈ পাই আনন্দ অনুভৱ কৰিছো। মন কি বাতত এই বিষয়ক লৈ মই আলোচনা কৰিছিলো।

https://youtu.be/kP_qEIipwqE?si=-_wpXAj5aoIdSXls” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 এপ্ৰিল 2026
April 21, 2026

Aatmanirbhar Bharat Goes Global: PM Modi Turns India into Manufacturing Superpower & Innovation Powerhouse