প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি ক্ৰমবৰ্ধমান বিশ্বব্যাপী প্ৰশংসাক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ আলোকপাত কৰে যে ভাৰতীয় সংস্কৃতিৰ এক প্ৰবল বিশ্বব্যাপী অনুৰণন আছে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ কিছু মুহূৰ্ত ভাগ-বতৰা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ ঐতিহ্যৰ প্ৰতি থকা ব্যাপক উৎসাহ সঁচাকৈয়ে উৎসাহজনক।

x ত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

"ভাৰতীয় সংস্কৃতিয়ে বিশ্বজুৰি অনুৰণন ঘটাইছে!

মই য’লৈকেই যাওঁ আমাৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি অপৰিসীম উৎসাহ দেখিবলৈ পাওঁ, যিটো অত্যন্ত আনন্দদায়ক। ইয়াত তাৰেই এটা আভাস আগবঢ়াইছো..."

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi explains why he sent Vande Mataram note to space aboard Skyroot’s Vikram-1

Media Coverage

PM Modi explains why he sent Vande Mataram note to space aboard Skyroot’s Vikram-1
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to the great revolutionary Mangal Pandey ji
July 19, 2026

Prime Minister Shri Narendra Modi today, paid tributes to the great revolutionary Mangal Pandey ji on his birth anniversary. Shri Modi remarked that his courageous life continues to fill every Indian with pride even today, and his saga of valor will keep inspiring every generation of the nation.

Shri Modi posted on X;

महान क्रांतिकारी मंगल पांडे जी को उनकी जयंती पर शत-शत नमन। मातृभूमि के स्वाभिमान और सम्मान की रक्षा के लिए उन्होंने अपना सर्वस्व न्योछावर कर दिया। उनका साहसिक जीवन आज भी हर भारतीय को गर्व से भर देता है। राष्ट्रभक्ति से ओतप्रोत उनकी शौर्यगाथा देश की हर पीढ़ी को प्रेरित करती रहेगी।