পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ এটা কাৰখানাত হোৱা বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি  শোক  প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। এই শোকাৱহ ঘটনাত আপোনজনক হেৰুওৱা পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবেও প্ৰাৰ্থনা জনায়।

প্ৰতিজন মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকা আৰু

বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক ৫০হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  লিখিছে ;

"অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ এটা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাত মৰ্মাহত হৈছো।   আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক।"মৃত ব্যক্তিৰ ওচৰৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকা আৰু বিস্ফোৰণত আঘাতপ্ৰাপ্তসকলক ৫০হাজাৰ টকাৰ সাহায্য দিয়া হ'ব  "।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win