প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিপলছ পদ্ম সন্মান বিজয়ী দুলাৰী দেৱী জীক তেওঁ প্ৰদান কৰা উপহাৰৰ বাবে কৃতজ্ঞতা জনায়৷
টুইটাৰযোগে শ্ৰী মোদীয়ে কয়, “দুলাৰী দেৱী জী #PeoplesPadma সন্মান বিজয়ীসকলৰ অন্যতম৷ তেওঁ বিহাৰৰ মধুবানী জিলাৰ এগৰাকী প্ৰতিভাসম্পন্ন হস্তশিল্পী৷
বঁটা প্ৰদান অনুষ্ঠানৰ পাছত হোৱা অনানুষ্ঠানিক মত বিনিময় অনুষ্ঠানত তেওঁ মোক তেওঁৰ শিল্প কৰ্ম উপহাৰ হিচাপে দিয়ে৷ তেওঁ উপহাৰ পাই মই অভিভূত হৈ পৰিছো৷ তেওঁৰ প্ৰতি মোৰ কৃতজ্ঞতা জনালো৷”
Dulari Devi Ji is among those who has been conferred the #PeoplesPadma. She is a talented artist who hails from Madhubani in Bihar.
— Narendra Modi (@narendramodi) November 11, 2021
During the informal interaction with the awardees after the ceremony, she presented to me her artwork. Humbled by her gesture. My gratitude to her. pic.twitter.com/j0sPPIOGWR


