প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। "আপোনাৰ শুভেচ্ছাই সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰ সেৱাৰ সংকল্পক অধিক সুদৃঢ় কৰিছে", শ্ৰী মোদীয়ে কয়।
আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণন ডাঙৰীয়াক আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ জনালোঁ। আপোনাৰ শুভেচ্ছাই সমৰ্পণৰ মনোভাৱেৰে ৰাষ্ট্ৰ সেৱাৰ সংকল্পক অধিক সুদৃঢ় কৰিছে।"
@VPIndia
@CPR_VP
Thank you for your gracious greetings, Vice President Thiru CP Radhakrishnan Ji. Your wishes further strengthen the resolve to serve the nation with dedication.@VPIndia @CPR_VP https://t.co/YkLCwsIKEa
— Narendra Modi (@narendramodi) September 17, 2025


